Zubeen Garg – Maya Lyrics

Folk

মায়া
মায়া মাঁথো মায়া
তুমি জানো সঁচানে মৰমৰে মায়া
মায়াভৰা দুচকুলৈ
হিয়াজুৰি আছাহি বৈ
দূৰণিৰে জোনাকী হৈ
ৰ’লা কিয়
হে

মায়া
মায়া মাঁথো মায়া
তুমি জানো সঁচানে মৰমৰে মায়া

সাগৰৰ দৰে গভীৰ
তুমি অনা মৰমকে লৈ
আছোহি জীয়াই
দেহেমনে আছা যদি
বাৰে বাৰে গুচি যোৱা
মোক কিয় কন্দুৱায়
নানিবা সেমেকা ৰাতি
নেলাগে মোক সোঁৱৰণি
হে

মায়া
মায়া মাঁথো মায়া
তুমি জানো সঁচানে মৰমৰে মায়া

মায়াবিনী সেই ৰাতি
আহিছিলো কাষলে তোমাৰ
দুখ হ’বলে
হাঁহি হাঁহি সাবটিলা
অশ্ৰুভৰা অনুভূতিবোৰ
মনত গুপনে
মৰমৰ মায়াবী তৃষা
দিবহি মাঁথো বেদনা
হে

মায়া
মায়া মাঁথো মায়া
তুমি জানো সঁচানে মৰমৰে মায়া
মায়াভৰা দুচকুলৈ
হিয়াজুৰি আছাহি বৈ
দূৰণিৰে জোনাকী হৈ
ৰ’লা কিয়
হে

মায়া
মায়া মাঁথো মায়া
তুমি জানো সঁচানে মৰমৰে মায়া
মায়া
মায়া মাঁথো মায়া
মায়া
মায়া মাঁথো মায়া
~ itsmechinmoy

Comments (0)